শিৱসাগৰ চহৰৰ পূবত অৱস্থিত আৰু এয়া অসমৰ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। ই আহোম ৰজা আৰু ৰাজপৰিয়ালৰ অন্য সদস্যসকলৰ মৈদাম বা সমাধি-ক্ষেত্ৰৰ বাবে বিখ্যাত।কিছু পৰিমাণে ইজিপ্তৰ পিৰামিডৰ লগত ইয়াৰ সদৃশ্য আছে।

উত্তৰঃ চৰাইদেও।