শৰাই আৰু বঁটা হৈছে এক প্ৰকাৰৰ পাত্ৰ যিবোৰ অসমীয়া লোকসকলে আলহীক সন্মান জনাবৰ বাবে তামোল আৰু পাণ দিবলৈ যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে।(সঁচা/মিছা)

উত্তৰঃ সঁচা।