অসমৰ এই বিখ্যাত চলচ্চিত্ৰ পৰিচালক গৰাকীৰ নাম কোৱা যাৰ সাতখন চলচ্চিত্ৰই ১৯৭৭ চনৰ পৰা ১৯৯৬ চনলৈ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ শাখাত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

(ক) ড° ভূপেন হাজৰিকা (খ) জাহৃু বৰুৱা

(গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া (ঘ) প্ৰমথেশ বৰুৱা

উত্তৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া।