জুবিন গাৰ্গৰ গীত লাহে লাহে বাঢ়িছে

লাহে লাহে বাঢ়িছে

লাহে লাহে কমিছে

লাহে লাহে উঠিছে

লাহে লাহে নামিছে

মৰমৰে ঢল আজি উশাহতে

নৈয়ে নৈয়ে দেখিছোঁ

ঢৌৱে ঢৌৱে লিখিছোঁ

ক্নো জোৱাৰ মোৰে নিশাহতে

লাহে লাহে বাঢ়িছে অ’…।

নুসুধিবা কথাৰে

নুজুখিবা ভাষাৰে

গুপুতে গুপুতে কিহে দুলি দোলে

খুলি ক’ব নোৱাৰি

কাষলে’ আহি তুমি চীই যোৱাহি

যুগৰে মৰমবোৰ আছোঁ মই সাৱটি

জগোৱাহি ৰিব্ ৰিব্ হাতেৰে

লাহে লাহে বাঢ়িছে…।

নুখুজিবা চকুৰে

নাযাছিবা ওঁঠৰে

মৰমৰ এধানি লাজৰে আমনি

দিব ল’ব নোৱাৰি

দেখিলে দেখক আনে

শুনিলে শুনক মাথোঁ

হিয়াৰে মৰম মৰমে বুজক

মনৰ কথা বুজিলাই চাগৈ।