ভাৰতৰ একমাত্ৰ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত।তুমি ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰঃ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান।