মুক্ত ৰুপ মানে কি ?

যিবোৰ ৰুপে স্বতন্ত্ৰভাৱে বাক্যত ব্যৱহাৰ হ ব পাৰে বা গুটীয়া অৰ্থ প্ৰকাশ কৰিব পাৰে সেইবোৰক মুক্ত ৰুপ বোলে ।