I Love You বুলি ক’লো মই তুমি চাগে নুশুনিলা কঠিন শিলৰে হৃদয় তোমাৰ সঁচাকৈ জানা I Need You বুলি ক’লো মই তুমি চাগে নুবুজিলা বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা তিনি আলিতে লগ পোৱা দুটি মিঠা কথা কাজল কাজল কাজল চকুত সপোন দেখা চাইকেোলত টিউচন যোৱা পিছে পিছে মই যোৱা বেঁকাকৈ তুমি চোৱা তোমালৈ মই…