Month: September 2022

জুবনি গাৰ্গৰ গীত এই মায়াৰ ধৰাত

এই মায়াৰ ধৰাত দুদিন মাথোঁ থাকিবা তুমি জীৱন গ’লেই গ’ল নিবলে’ একোকে নেপাবা তুমি লোৱা লোৱা আৰু লোৱা খোৱা খোৱা আৰু খোৱা একো নাই মাৰা মাৰা আৰু মাৰা চেপি চেপি তেজ খোৱা, শূন্য় হায় আমাৰো যি প্ৰাণ তোমাৰো সেই প্ৰাণ শিলেৰে খোদিত সময় মৰণ নামৰ নদী তোমাৰো বাবে বয় জোৱাৰত সকলো সমান যিমানেই নেবান্ধা বান্ধোন…

Read the full article

জুবিন গাৰ্গৰ গীত মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাৱটি বহুতকে ইপাৰে-সিপাৰে দৰীয়া ঘাটতে কলিজা থেকেচি লুইতৰে বুকুতে বুূকুখন মেলি দি ইফালে-সিফালে আনে শুনক বুলি ঐনিতম এফাঁকি গায়। চুই চালে চুই চালে চুই চালে বুজিবা বুকুৰে ভিতৰত কিহৰে খহনীয়া মন গ’লেই মন গ’লেই মন গ’লেই নোৱাৰো মচিব জানানে হৃদয়ৰ দোমোজা। কঁপি উঠা দুটি ওঁঠতে ৰঙা নীলা কথা মনৰে কাক…

Read the full article

জুবিন গাৰ্গৰ গীত আগলি বাঁহৰে গগণা বজাওঁ

আগলি বাঁহৰে গগণা বজাওঁ মাতে লাহৰি লাহৰি কৈ ।  দেখিবৰে পৰা তােমাকে চাওঁ  চকু নাযায় আন কালৈ ।  লগৰী বােলােনে কোৱানা ।  ঘুমতিৰ বেলাতে  চিকুণি সপােনে  তােমাক আনি বুকুতে থয় ।  আগলি বাঁহৰে গগণা বজাওঁ  মাতে লাহৰি লাহৰি কৈ ।  আগলি বাঁহৰে গগণা বজাওঁ  মাতে লাহৰি লাহৰি কৈ ।  দেখিবৰে পৰা তােমাকে চাওঁ  চকু নাযায়…

Read the full article