Month: September 2022

জুবিন গাৰ্গৰ গীত আজি তুমি ন’হলে মোৰ মন নভৰে

আজি তুমি ন’হলে মোৰ মন নভৰে সপোনৰে পখী হৈ নামানা গোলপীয়া ওংঠৰে মিঠা মিঠা চুমাৰে মোৰে দুবাহুতে ৰোৱানা এতিয়াও মই দূৰণিৰে সময় হ’লে পাবা নিবিড় আজি তুমি… আছিলোঁ অকলে লপোন নিবিড় অচিনাকি নিশাতে বুকুৰে উমকে সাঁচিলোঁ তোমালে বহু বহু যুগৰে। আজি মন কোনল মেঘৰ দৰে নিগৰে অশ্ৰু আৱেগৰে আজি তুমি… কোনোবা জনমৰ পাহৰা মৰমে আহিলে…

Read the full article

জুবিন গাৰ্গৰ গীত মনতনো আজি কিহৰে নাচোন

মনতনো আজি কিহৰে নাচোন উলাহে নধৰে হিয়া দেখোন তোৰে পৰশত আজি নামে সপোন গুণ গুণ গানেৰে নতুন নতুন ু্ৰণৰে সখা মোৰ ঘবৰি আহিলি ঘূৰাই আনিলি, মোৰ চকুৰে ঘুমতি মনতে…। পুৰণি কথাৰে মন নিচুকাই তোৰে মোৰে মৰমকে ৰাখিম জীয়াই আজি যেন পাহৰিম সকলো দুখ মোৰ মিলি যাম তোৰ চেনেহ পাই হাঁহি ধেমালিৰে গ’ল কতলা ৰাতি বুজা-নুবিজাকে…

Read the full article

জুবিন গাৰ্গৰ গীত নায়ক হ’ব খুজি

কিনো তই বিচাৰি আজি কিনো পালি বুজিবলে’ আছে কোন যাকেই আপোন বুলি লৱ আঁকোৱালি সিয়ে আঁতৰিলচোন। কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে’ জন-অৰণ্য়ৰ মাজতো আছ অকশৰে নায়ক বিধি সকৰুণ।। জীৱনৰে মনবোৰ তই কিয় নিচিনিলি ফুলনিৰে কাঁইটকে ফুল বুলি তুলিলি কাঁইটে যে বাকোহা দুহাতৰ তেজ চাই বেজাৰ কৰি লাভ নাই।। নায়ক হ’ব খুজি…।