Month: September 2022

জুবিন গাৰ্গৰ গীত কিনো সুৰীয়া গানেৰে

কিননা সুৰীয়া গানেৰে  মােৰ মন আজি ভৰিলে ।  তােমাকে পাই  মােৰাে মনে জানা আছিলে যে সদায়  তােমাৰে গানৰে সুৰ  মনতে গুণ গুণাই  কিনাে সুৰীয়া – গানেৰে …  বুকুৰে মাজতে কি জুই জ্বলে  দহননা যে মিঠা লাগে ।  পিৰিতিৰ উমেৰে ফু দি জ্বলােৱা  আৱেগৰে জুই ছাগে  নাই হােৱা এনে কাহানিও  জ্বলা নাই বুকুতে অৱেগেৰে জুই জ্বলে…

Read the full article

জুবিন গাৰ্গৰ গীত

লাহে লাহে বাঢ়িছে লাহে লাহে কমিছে লাহে লাহে উঠিছে লাহে লাহে নামিছে মৰমৰে ঢল আজি উশাহতে  নৈয়ে নৈয়ে দেখিছোঁ ঢৌৱে ঢৌৱে লিখিছোঁ কিননা জোৱাৰ মোৰ নিশাহতে লাহে লাহে বাঢ়িছে অ’ …। নুসুধিবা কথাৰে নুজুখিবা ভাষাৰে গুপুতে গুপুতে কিহে দুলি দোলে খুলি ক’ব নোৱাৰি কাষলে’ আহি তুমি চাই যোৱাহি   যুগৰে মৰমবোৰ আছোঁ মই সাবটি জগোৱাহি ৰিব্ ৰিব্…

Read the full article

জুবিন গাৰ্গৰ গীত প্ৰীতিৰে জৰী

প্ৰীতিৰে জৰী হাততে আজি বান্ধিলো তোমাক অ’ মোৰ লগৰী উতলা মোৰো মৰমে বেৰি ৰাখিব তোমাৰ অ’ মোৰ মৰমী নৱাৰো নোৱাৰো যাব কাহানিও মোকে এৰি আঁতৰি প্ৰীতিৰে… অ’ মোৰ.. উৰণীয়া আঁচলৰ এটি মিঠা পৰশে মৰমৰে লকালো জাৰি জোকাৰি দি দিয়ে অলীয়া বলীয়া জীয়া জীয়া মোৰ লপোন তোমাৰে দুবাগুৰে মাজতে ওমলি ফুৰে অনিুৰাগে বৰষা নমালে আজি সেই…

Read the full article