উত্তৰ = যিবোৰ ৰুপে স্বতন্ত্ৰভাৱে বাক্যত ব্যৱহাৰ হ ব পাৰে বা গুটীয়া অৰ্থ প্ৰকাৈশ কৰিব পাৰে সেইবোৰক মুক্ত ৰুপ বোলে ।
Month: September 2022
ৰুপৰ ইংৰাজী প্ৰতি শব্দ কি ?
উত্তৰ = ৰুপ ইংৰাজী প্ৰতি Morph ।
ৰুপ কি ?
উত্তৰ = ৰুপ ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট ।
দেশী শব্দ কাক বোলে ?
উত্তৰ = যি বিলাক শব্দ অতীতৰে পৰা অসমীয়া মানুহে ব্যৱহাৰ কৰি আহিছে সেইবোৰ শব্দক দেশী বা নিভাজঁ অসমীয়া শব্দ বোলে ।