Month: September 2022

জুবিন গাৰ্গৰ গীত মাতে পকা ধানে ৰিঙিয়াই…

মাতে পকা ধানে ৰিঙিয়াই বগীতৰা যায় আগুৱাই বোকাচাত দি যোৱা কেঁচুৱাটি আঘোণাই নিচুকণি গীত গাই আমাৰে আঘোণা কাই বৰীতৰা আগুৱাই যায়। হাতত কাচিখনি মুখত তামোলখনি কঁকালত টহালি বুকুত মেথনি তাইৰ আৰু কোনো নাই অকলেই গুচালে মুখৰ চুৱা-ছাই সকামটো পাতিলে ৰজন্জনাই। আঘোণৰ অৱদান অতবোৰ মাটিৰ ধান কোলাত পালে নাতিল’ৰা সন্তান তাইত আৰু লাগে কি ? তাইৰ…

Read the full article

জুবিন গাৰ্গৰ গীত ৰং তুমি হোৱানে

ৰং তুমি হোৱানে,ৰং তুমি বুজানে, ৰং তুমি দেখানে মৰমৰ বুজি যদি নুবুজা, দেখি যদি নেদেখা, শুনি যদি নুশুনা মোৰ মন বুজা নুবুজা কথা, কোৱা নোকোৱা ভাষা, মিছাতে কিয় কোৱা ৰং যদি দেখিছাই মন কিয় দিয়া নাই, জ্বনি জ্বনি এই হৃদয় হ’ব ছাই ৰং তুমি—। কাণ পাতি শুনাচোন, কলিজাতে গুপুতে তুমি আছা প্ৰাণ হৈ প্ৰাণ যদি…

Read the full article

জুবিন গাৰ্গৰ গীত বৰষা যেতিয়া নামে বুকুলে

বৰষা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমিয়েই সুৰে সুৰে দেহ-মন নাচিলে এনে লাগে যেন তাতো কুমিয়েই তুমিয়েই ৰচি আছা সুৰৰে এনাজৰী মায়াৱী কবিতাটো তুমিয়েই। বৰষা… জোনাকী দেশৰে সাধুকথা, পালোঁ তোমাৰে ওঁঠতে মায়াবী চাৱনিৰে বহু বেথা পাহৰালা আজি তুমিয়ে কিদৰে পাৰ হ’ম সীমাৰ সিপাৰ তোমাক এবাৰ চুবলে দেহে-মনে পাবলে ল’বলে তোমাক এবাৰ বুকুতে আকি…

Read the full article

জুবিন গাৰ্গৰ গীত নহ’লে পৰিচয় হিয়াৰে

নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতেই অচিনা পানচৈ লাগিলেহি ঘাটিতে মোৰ অজানিতে দুলনি দিলে নুবুজাকৈ মনতে মোৰ গুপুতে যৌৱনে ক’লে আজি সেয়েই হিয়া-দিয়া-নিয়া। প্ৰথম প্ৰেমকে পাহৰিব পাহৰিব পাৰিলে প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে তথাপিতো বাৰে বাৰে ছিগি যাব কিয় খোজে সুৰ অকাৰণে-অজানিতে ল’ৰালিৰ ওমলোতে ভাল লগা সুৰ মনে মনে…

Read the full article