Month: September 2022

জুবিন গাৰ্গৰ গীত দিহিঙৰ গৰা…

দিহিঙৰ গৰা জহিছে খহিছে আঁতৰৰ পৰাই দেখাই দেখিছে মোৰে মন নদীৰ দুয়োটি পাৰ কিয়নো খহিছে তুমি দেখিছানে দেখি ভাবিছানে ? আলি দোমোজাতে থমকি ৰ’লোঁ মই কেনি যাওঁ কি কৰোঁ দিয়া এটি উপায় খাবও নোৱাৰে শুবও নোৱাৰো তুমি যে ৰ’লা মোৰ ভাৱনাতে। নিলগে নিলগে বুকু জ্বলে পোৰে দিয়া অনিমতি আহো কাষলৈ মৰমৰে ভেটা সাদি দিয়া মোৰ…

Read the full article

জুবিন গাৰ্গৰ গীত আজি তুমি ন’হলে মোৰ মন নভৰে

আজি তুমি ন’হলে মোৰ মন নভৰে সপোনৰে পখী হৈ নামামা গোলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে মোৰে দুবাহুতে ৰোৱানা এতিয়াও মই দূৰণিৰে সময় হ’লে পাবা নিবিড় আজি তুমি… আছিলোঁ অকলে সপোন নিবিড়ে অচিনাকি নিশাতে বুকুৰে উমকে সাঁচিলোঁ তোমালে বহু বহু যুগৰে। আজি মন কোমল মেগৰ দৰে নিগৰে অশ্ৰু আৱেগৰে আজি তুমি… কোনোবা জনমৰ পাহৰা মৰমে আহিলে…

Read the full article