Month: September 2022

জুবিন গাৰ্গৰ গীত মনতনো আজি কিহৰে নাচোন

মনতনো আজি কিহৰে নাচোন উলাহে নধৰে হিয়া দেখোন তোৰে পৰশতে আজি নামে সপোন গুণ গুণ গানেৰে ঘূৰি আহিলি ঘূৰাই আনিলি, মোৰ চকুৰে ঘুমতি মনতে…। পুৰণি কথাৰে মন নিচুকাই তোৰে মোৰে মৰমকে ৰাখিম জায়াই আজি যেন পাহৰিম সকলো দুখ মোৰ মিলি যাম তোৰ চেনেহ ৰাই হাঁহি ধেমালিৰে গ’ল কতনা ৰাতি বুজা-নিবিজাকে ৰ’ল কত যে ছবি তথাপি…

Read the full article

জুবিন গাৰ্গৰ গীত নায়ক হ’ব খুজি

কিনো তই বিচাৰি আজি কিনো পালি বুজিবলে’ আছে কোন যাকেই আপোন বুলি লৱ আঁকোৱালি সিয়ে আঁতৰিলচোন। কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে’ জন-আৰণ্য়ৰ মাজতো আছ অকলশৰে নায়ক হ’ব খুজি খলনায়ক হ’লি কিনো বিধি সকৰুণ।। জীৱনৰে প্ৰতি পল যাৰ বাবে বিলাইছিলি সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই কালিৰে তোৰ লগৰী আজি যে গ’ল আঁতৰি…

Read the full article