ত্ৰিপুৰাৰ কোনখন চহৰক মন্দিৰৰ চহৰ হিচাপে জনা যায়। Posted on 09/09/202209/09/2022 by Puspa Kakati উত্তৰঃ উদয়পুৰ চহৰ।
মণিপুৰ বিশ্ববিদ্যালয় কিমান চনত কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ উন্নীত হয়। Posted on 09/09/202209/09/2022 by Puspa Kakati উত্তৰঃ ১৯৯৪।
অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত। Posted on 09/09/202209/09/2022 by Puspa Kakati উত্তৰঃ তেজপুৰত অৱস্থিত।