Month: September 2022

জুবিন গাৰ্গৰ গীত কিনো সুৰীয়া হানেৰে

কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে২ তোমাকে পাই মোৰে মনে জানা আছিলে যে সদায় তোমাৰে গানৰে সুৰ মনতে গুণ গুণাই কিনো সুৰীয়া গানৰে২… বুকুৰে মাজতে কি জুই জ্বলে দহনো যে মিঠা লাগে পিৰিতিৰ উমেৰে ফু-দি জ্বলোৱা আৱেগৰ জুই ছাগে নাই হোৱা এনে ৰাহানিও জ্বলা নাই বুকুত আৱেগৰে জুই জ্বলে অজানিতে উমি উমি বুকুতে ক্নো…

Read the full article

জুবিন গাৰ্গৰ গীত লাহে লাহে বাঢ়িছে

লাহে লাহে বাঢ়িছে লাহে লাহে কমিছে লাহে লাহে উঠিছে লাহে লাহে নামিছে মৰমৰে ঢল আজি উশাহতে নৈয়ে নৈয়ে দেখিছোঁ ঢৌৱে ঢৌৱে লিখিছোঁ ক্নো জোৱাৰ মোৰে নিশাহতে লাহে লাহে বাঢ়িছে অ’…। নুসুধিবা কথাৰে নুজুখিবা ভাষাৰে গুপুতে গুপুতে কিহে দুলি দোলে খুলি ক’ব নোৱাৰি২ কাষলে’ আহি তুমি চীই যোৱাহি যুগৰে মৰমবোৰ আছোঁ মই সাৱটি জগোৱাহি ৰিব্ ৰিব্…

Read the full article

জুবিন গাৰ্গৰ গীত প্ৰীতিৰে জৰী

প্ৰীতিৰে জৰী হাততে আজি বান্ধিলো তোমাক অ’ মোৰ লগৰী উতলা মোৰো মৰমে বেৰি ৰাখুব তোমাক অ’ মোৰ মৰমী নোৱাৰো নোৱাৰো যাব কাহানিও মোকে এৰি আঁতৰি প্ৰীতিৰে… অ’ মোৰ… উৰণীয়া আঁচলৰ এটি মিঠা পৰশে মৰমৰে সকালো জাৰি জোকাৰি দি দিয়ে অলীয়া বলীয়া জীয়া জীয়া মোৰ সপোন তোমাৰে দুবাহুৰে মাজতে ওমলি ফুৰে অনিৰাগে বৰষা নমালে আজি সেই…

Read the full article