Month: September 2022

জুবিন গাৰ্মেগৰ গীত মেঘৰ বৰণ ৰ’দৰ বৰণ

মেঘৰ বৰণ ৰ’দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন সুৰ। সপোন সপোন নিবিড় নিবিড় তোমাৰ মৰমৰ সুৰ।। মেঘৰ বৰণ… এতিয়া যেন তুমি মোৰ মোৰ তথাপিতো তুমি দূৰ দূৰ এন্ধাৰৰ গান বহু গা’লোঁ। সপোন আহে যায় দুখ নিগৰা মন নিথৰ নিথৰ প্ৰতিক্ষণ মেঘৰ… মোৰ এই গান মোৰ উন্মেষ…

Read the full article

শিৱসাগৰ চহৰৰ পূবত অৱস্থিত আৰু এয়া অসমৰ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। ই আহোম ৰজা আৰু ৰাজপৰিয়ালৰ অন্য সদস্যসকলৰ মৈদাম বা সমাধি-ক্ষেত্ৰৰ বাবে বিখ্যাত।কিছু পৰিমাণে ইজিপ্তৰ পিৰামিডৰ লগত ইয়াৰ সদৃশ্য আছে।

উত্তৰঃ চৰাইদেও।