ত্ৰিপুৰাৰ একমাত্ৰ বিমান বন্দৰটো ক’ত অৱস্থিত? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ আগৰতালাত।
ছিকিমৰ সবাতোকৈ সমীপত থকা বিমান বন্দৰটোৰ নাম কি? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ বাগডোগ্ৰা (পশ্চিম বংগৰ শিলিগুড়িৰ পৰা ১২ কিঃমিঃদূৰ)।
মিজোৰামৰ একমাত্ৰ বিমান বন্দৰটো ক’ত অৱস্থিত? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ আইজল।
ত্ৰিপুৰাত কেইটা বিমান বন্দৰ আছে? Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) ১ (খ) ২ (গ) ৩ (ঘ) ৪ উত্তৰঃ ১।