ছিকিমৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) ১ (খ) ২ (গ) ৩ (ঘ) ৪ উত্তৰঃ ১।
নাগালেণ্ডৰ একমাত্ৰ ৰেল ষ্টেচনটো ক’ত অৱস্থিত? Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) কহিমা (খ) ডিমাপুৰ (গ) টুৱেনচাং (ঘ) কিফিৰে উত্তৰঃ ডিমাপুৰ।
মিজোৰামৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) ৩ (খ) ৪ (গ) ৬ (ঘ) ২ উত্তৰঃ ৬।
মেঘালয়ত কেইটা বিমান বন্দৰ আছে? Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) ১ (খ) ২ (গ) ৫ (ঘ) ৭ উত্তৰঃ ২।