অসমত কিমান চনত জাহাজ সেৱা আৰম্ভ কৰা হয়। Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) ১৮৮৪ (খ) ১৮৮৩ (গ) ১৮৮৫ (ঘ) ১৮৮২ উত্তৰঃ ১৮৮৩।
অৰুণাচল প্ৰদেশৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) ১ (খ) ২ (গ) ৩ (ঘ) ৪ উত্তৰঃ ৩।
নাগালেণ্ডৰ একমাত্ৰ বিমান বন্দৰটো ক’ত অৱস্থিত? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ ডিমাপুৰ।
মণিপুৰৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথতো কি? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ ১০৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।