উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্যালয় অসমৰ ক’ত অৱস্থিত? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ মৰিগাওঁ (গুৱাহাটী) ত অৱস্থিত।
ত্ৰিপুৰাৰ তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্যৰ মূখ্য আকৰ্ষণ কি? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ ভাৰতীয় মেথোন (গৌৰ)।
মাটিকালিৰ ভিত্তিত ত্ৰিপুৰাৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ গোমতী বন্যপ্ৰাণী অভয়াৰণ্য।