নাগালেণ্ডৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ পুলি বাডজে।
ভাৰতৰ একমাত্ৰ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত।তুমি ইয়াৰ নাম ক’ব পাৰিবানে? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান।
অসমত দুখন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আছে।সেই দুখনৰ নাম কি? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ মানস ৰাষ্ট্ৰীয় উদ্যান।
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱী বিখ্যাত খ্যাতিত কিহে অৰিহণা যোগাইছে? Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ এশিঙীয়া গড়।