Month: September 2022

মেঘালয়ৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

(ক) নামেৰী ৰাষ্ট্ৰীয় উদ্যান (খ) মানস ৰাষ্ট্ৰীয় উদ্যান (গ) বালপাক্ৰম ৰাষ্ট্ৰীয় উদ্যান (ঘ) ন’কৰেক ৰাষ্ট্ৰীয় উদ্যান উত্তৰঃবালপাক্ৰম ৰাষ্ট্ৰীয় উদ্যান।

অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

(ক) নামেৰী ৰাষ্ট্ৰয় অভয়াৰণ্য (খ) মানস ৰাষ্ট্ৰীয় উদ্যান (গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ঘ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান উত্তৰঃ মানস ৰাষ্ট্ৰীয় উদ্যান।