অৰুণাচল প্ৰদেশত ———- খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। Posted on 07/09/202207/09/2022 by Puspa Kakati (ক) ছয় (খ) সাত (গ) আঠ (ঘ) ন উত্তৰঃ আঠ।
নাগালেণ্ডত সৰ্বমুঠ ————- খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ তিনি খন।
নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান মিজোৰামক ———— জিলাত অৱস্থিত। Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ চিমটুইপুই।
চিৰোহি ৰাষ্ট্ৰীয় উদ্যান মণিপুৰৰ ———– জিলাত অৱস্থিত। Posted on 07/09/202207/09/2022 by Puspa Kakati উত্তৰঃ ইম্ফল পূব।