Month: September 2022

ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যাক ২০০৩ চনত দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ অসামৰিক সন্মান ”পদ্মবিভূষণ” বঁটাৰে সন্মনিত কৰা হয়।এই প্ৰখ্যাত ব্যক্তিজনৰ নাম কোৱা।

উত্তৰঃ কাজী লেনডুপ দৰ্জী।

শব্দ

এইটোৱেই আৰম্ভণি, প্ৰথম আমি শিকিছিলোঁ বুলি পাইছিলোঁ নিজক নিজৰ অস্তিত্বক, ই প্ৰথম শব্দ, কথা ক’লোঁ শৈশৱ শিকিলোঁ, দেখিলোঁ, জানিলোঁ, আমি শব্দৰ আশ্ৰিত শব্দেৰে পৰিচালিত শব্দতে সমাহিত হঠাৎ শব্দ ভুল হ’ল এতুিয়া আমি কওঁ মিজেই নাজানো কিমান কওঁ কিমান ৰাখিব পাৰোঁ আমি নিলৰ্জ… শব্দ যদি প্ৰেৰণা হয় শব্দ যদি শকতি হয় শব্দ আজি কিয় শংকিত শব্দ…

Read the full article