Month: September 2022

তেখেত বহু আকাংক্ষিত ”অৰ্জুন পুৰস্কাৰ” লাভ কৰা মণিপুৰৰ প্ৰথম ব্যক্তি।তেখেত ”ৰাজীৱ গান্ধী খেলৰত্ন” বঁটাৰে সন্মানিত হোৱা প্ৰথম ব্যক্তি।তেখেত কোন?

উত্তৰঃ এন.কুঞ্জাৰাণী দেৱী।

তেওঁ, তেওঁৰ উপন্যাস ”ইম্ফল আমাচুং মাগি ইচিং নাংচিটকি ফিবাম”ৰ বাবে ১৯৭৩ চনত সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম মণিপুৰী।তেওঁৰ নামটো অনুমাণ কৰিব পাৰিবানে?

উত্তৰঃ পাচা মেইতী।

১৯১৯ চনৰ ১৪ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল।তেওঁ অসমৰ এজন প্ৰসিদ্ধ লিখক আৰু ঔপন্যাসিক আছিল।তেওঁক ১৯৭২ চনত ‘সাহিত্য অকাডেমী বঁট’, ১৯৮৪ চনত ‘পদ্মভূষণ’ ১৯৯২ ত ‘অসম সাহিত্য বঁটা প্ৰদান কৰা হৈছে তেওঁৰ নাম অনুমান কৰিব পাৰিবানে?

উত্তৰঃ ডিংকো সিং।