——— ‘খেলৰত্ন পুৰস্কাৰ’পোৱা প্ৰথম ত্ৰিপুৰী আছিল। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ শ্ৰী ব্ৰিজেশ্বৰ নন্দী।
———– মেঘালয়ৰ একমাত্ৰ ব্যক্তি যি ”বিটিছ এম্পায়াৰ মেডেল” লাভ কৰিছিল। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ চেমুৱেল মেজহুৰ চেখ’চ।
———— পুৰস্কাৰ মেঘালয়তকৃ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত অত্যুত্তম অৱদানৰ বাবে প্ৰদান কৰা হয়। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ টিৰ’ত সিং।
চিৰোহি ৰাষ্ট্ৰীয় উদ্যান মণিপুৰৰ ————– জিলাত অৱস্থিত। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ ইম্ফল পূব।