মণিপুৰৰ এগৰাকী খেলুৱৈ যিয়ে ২০০১ চনৰ ভাৰতৰ ‘শ্ৰেষ্ঠ মহিলা ফুটবলাৰ’ৰ সন্মান লাভ কৰে। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ অ’ইনাম বেম বেম দেবী।
———— মণিপুৰী সাহিত্য পৰিষদে দিয়া সৰ্ব্বোচ্চ সাহিত্য পুৰস্কাৰ। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ যামিনী সুন্দৰ গুহ সোণৰ পদক।
———— বঁটা প্ৰমাণিত ট্ৰেক (দৌৰ) ৰেকৰ্ড থকা অসমৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈক দিয়া হয়। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ লচিত।