অৰুণাচল প্ৰদেশৰ অঞ্চল অনুসৰি সবাতোকৈ বিশাল বন্যপ্ৰাণী অভয়াৰণ্য ———-। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ দিবং বন্যপ্ৰাণী অভয়াৰণ্য।
অসমীয়া সাহিত্যৰ সৰ্বোচ্চ পুৰস্কাৰটো হৈছে ————-। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ অসম উপত্যকা সাহিত্য বঁটা।
ত্ৰিপুৰাৰ ৰাজ্যিক ক্ৰিড়াবিধৰ নাম উল্লেখ কৰা। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ গেলা-চুট।
চীনত অনুষ্ঠিত দক্ষিণ এছীয়া বেডমিন্টন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰা নগা ছোৱালীজনীৰ নাম কি? Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ মিচ্ মৰনিয়া।