হিমাচল প্ৰদেশৰ ৰাজমাক শৃংগ আৰোহণ কৰা মেঘালয়ৰ প্ৰথম পৰ্বতাৰোহীজনৰ নাম কি? Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ ৱালামবাক লিংডো।
তেওঁ মণিপুৰত আধুনিক ক্ৰীড়া আন্দোলনৰ প্ৰধান পৃষ্ঠপোষক’ আছিল। তেওঁৰ নাম কি? Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ ছাৰ চুৰাচান্দ সিং।
ছিলং গ’লফ কোৰ্চ ভাৰতৰ ———– পুৰণি গ’লফ কোৰ্চ। Posted on 06/09/202206/09/2022 by Puspa Kakati (ক) দ্বিতীয় (খ) পঞ্চম (গ) তৃতীয় (ঘ) চতুৰ্থ উত্তৰঃ তৃতীয়।
২০১২ চনৰ লণ্ডন অলিম্পিকৰ মহিলা ব্ৰঞ্জৰ পদক দখল কৰা মেৰী কম উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ বাসিন্দা? Posted on 06/09/202206/09/2022 by Puspa Kakati (ক) অসম (খ) মণিপুৰ (গ) ছিকিম (ঘ) অৰুণাচল প্ৰদেশ উত্তৰঃ মণিপুৰ।