অসম ক্ৰীড়া দিবস প্ৰতি বছৰে ——— ত পালন কৰা হয়। Posted on 06/09/202206/09/2022 by Puspa Kakati (ক) ১৫ ডিচেম্বৰ (খ) ১৮ নৱেম্বৰ (গ) ১৭ অক্টোবৰ (ঘ) ১৬ মাৰ্চ উত্তৰঃ ১৭ অক্টোবৰ।
——— অৰ্জুন পুৰস্কাৰ লাভ কৰা ত্ৰিপুৰাৰ প্ৰথম মহিলা। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ কল্পনা দেৱনাথ।
———- ত্ৰিপুৰাৰ সবাতোকৈ জনপ্ৰিয় পৰম্পৰাগত খেল। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ গেলা-চুট।
২০০৭ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফ্ৰব্ৰুৱাৰীলৈ ———- ত ৩৩ তম ৰাষ্ট্ৰীয় ত্ৰুীড়া অনুষ্ঠিত হয়। Posted on 06/09/202206/09/2022 by Puspa Kakati উত্তৰঃ অসম।