Month: September 2022

জুবিন গাৰ্গৰ গীত কঁকাল খামুচীয়া…

কঁকাল খামুচীয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰী কজলা চকুৰে পদুমী খোজেৰে নিলাহি মন মোৰ হৰি গাঁৱৰে জীয়াৰী থাকিবা আঁতৰি চুলে মাৰিব বিজুলী ধাননী পথাৰৰ সোণোৱালী শইচত জিলিকে আমাৰে আশা ঘৰে ঘৰে বন্তি জ্বলিলেই গধূলি শেৱালি সৰিলেই পুৱা চহৰৰ ডেকা ল’ৰা হেনো মিছলীয়া নুবুজে মনৰে ভাষা আমি গাঁৱলীয়া সৰল আলসুৱা মুশুনো চলাহী কথা ভুল কৰিবা…

Read the full article

জুবিন গাৰ্গৰ গীত অ’ মোৰ ল’ৰাৰ মাক…

অ’ মোৰ ল’ৰাৰ মাক মাছলৈ যাওঁ নাখাওঁ শুদা ভাত ৰহদৈ কৰ্দৈ পাৰি পাৰি থ তই জুতিৰে খামে দিনৰ সাজ মাছলৈ যাওঁ নাখাওঁ শুদা ভাত। হাঁচতি পুৰাও মই তামোল চালিৰে পাণে চূণে যতনাই দে, কঁঁকালৰ তিয়নি জাকৈ শিয়নি কাথিৰে পৰা নমাই দে শাকনি বাৰীৰে লাই পালেং শাক বেগেতে তুলি তুলি ৰাখ মাছলৈ যাওঁ মাখাওঁ শুদা ভাত।।…

Read the full article

জুবিন গাৰ্গৰ গীত নিদিয়া নিদিয়া

নিদিয়া নিদিয়া নিদিয়া কিয়নো নিদিয়া নিদিয়া বুকুৰে মাজতে দুখন কলিজা কিয়নো নিদিয়া তুমি ডিঙিলৈকে দুখ, সুখ কেতিয়া ক’ব নোখোজে তুমি আঁজুৰি নিয়া মোহাৰি দিয়া হাঁহিব নোৱাৰোঁ তাকো চুৰ কৰি নিয়া। তুমি দিয়া কিনো দিয়া দুখকে ঢালি দিয়া তুমি নিয়া, মাথোঁ নিয়া সুখকে কাঢ়ি নিয়া ক’লা ক’লা তোমাৰে হিয়া গৰল উজাৰি আমাকে দিয়া কিয় বলিয়া এই…

Read the full article