২০০৭ চনত আৰ্চাৰীৰ বাবে ‘অৰ্জুন বটা’ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ বিখ্যাত আৰ্চাৰী খেলুৱৈজন হৈছে ———–। Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃ জয়ন্ত তালুকদাৰ।
বস্তু থোৱা বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণ আৰু অন্যান্য বাঁহৰ কামবোৰ নাগালেণ্ডক সাধাৰণতে জুলাই আৰু অক্টোবৰ মাহৰ মাজভাগত কৰা হয় (সঁচা/মিছা)। Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃ সঁচা।
ট্ৰাইল, মেঘালয়ত পোৱা বাঁহৰ এক প্ৰজাতি যিবোৰ ঘৰৰ বেৰ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ হয়। (সঁচা/মিছা) Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃ মিছা (ইয়াৰ নাম ডাইট)
শৰাই আৰু বঁটা হৈছে এক প্ৰকাৰৰ পাত্ৰ যিবোৰ অসমীয়া লোকসকলে আলহীক সন্মান জনাবৰ বাবে তামোল আৰু পাণ দিবলৈ যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে।(সঁচা/মিছা) Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃ সঁচা।