ত্ৰিপুৰাত বৃহৎ মাত্ৰাত নিযুক্তি প্ৰদানৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা একমাত্ৰ উদ্যোগটোৰ নাম উল্লেখ কৰা। Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃ হস্ততাঁত উদ্যোগ।
মিজোৰামৰ মিজো মহিলাই ব্যৱহাৰ কৰা বাঁহেৰে নিৰ্মিত ধঁপাত খোৱা নলৰ নাম উল্লেখ কৰা। Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃ টুইবুৰ।
মণিপুৰৰ এই গাওঁখন ভাৰতৰ সমগ্ৰ উত্তৰ-পূব প্ৰান্তৰ একমাত্ৰ স্থান য়’ত ক’লা মাটিৰে নিৰ্মিত পাত্ৰ পোৱা যায়। ইয়াৰ নাম ক’ব পাৰিবানে? Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃনাংবি।
মণিপুৰত মাটিৰ পাত্ৰ নিৰ্মাণৰ কলা কোনে পৰিচয় কৰাইছিল বুলি বিশ্বাস কৰা হয়? Posted on 05/09/202205/09/2022 by Puspa Kakati উত্তৰঃ চাক্পাসকলে।