Month: September 2022

জুবিন গাৰ্গৰ গীত দিয়া ঘূৰাই দিয়া…

দিয়া ঘূৰাই দিয়া, পৃথিৱী আমাৰ আমাৰ আইতাৰে সাধু, তৰালি ভৰা চোতাল আনা ঘূৰাই আনা, ধৰা নিভাঁজ হিয়াৰ শেৱালি পাদিত দুভৰি থুনুক-খানাক সেয়াই লাগে আমাক নালাগে ওলেটা পৃথিৱী অ’ আমি আমিয়েই চোন পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন। ক, খ, ঘ, গ আৰু ঙ পাটিগণিত আৰু কুঁহিপাঠ পঢ়ালকা পঢ়ি আছো শিকালা শিকি আছো এতিয়া কিয় দিয়া…

Read the full article