Month: September 2022

জুবিন গাৰ্গৰ গীত কাৰ পৰশ…

কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুৱাস কাৰ তিতা-মিঠা এশাৰী মাত় জীয়াই থাকিবলৈ লাগে আমাক হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাহ কামিহাড় ভাঙি যোৱা বতাহ লাগে জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি। ঠুনুকা এই জীৱনতে এমুঠি হাঁহি পাবলৈ যে টান থকা হাঁহিকণ নোহোৱা হ’লেই সকলোখিনি হ’ব অৱসান নিদ্ৰাৰ পৰা সাৰে পোৱা উঠা…

Read the full article

জুবিন গাৰ্গৰ গীত ভবা কথা নহয় সিদ্ধি

ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি খোজে খোজে খাবালৈ উজুটি ধন জন মিছা মায়া সপোনৰে মাথোঁ ছাৈয়া নাথাকিব একোকে শেষতে। টকা আৰু মান দিনে ৰাতি কাম ভুল শুদ্ধ নভবাকৈ খাব খোজে ধান বন্ধ চকু কাণ চিনি পোৱাই টান মৰিবলে হ’লে চাগে ল’ব হৰি নাম় সাৱটিছা মিছা ছায়া ধোঁৱা আৰু ধূলিহে শেষতে। বিবেক আৰু…

Read the full article

জুবিন গাৰ্গৰ গীত শান্তি দিয়া, মুক্তি দিয়া…

শান্তি দিয়া, মুক্তি দিয়া সোণৰ অসম ৰচিবলৈ সোউজ দিয়া, শস্য় দিয়া চিৰকাল ফুলিবলৈ গুলী বাৰুদ, ধোঁৱা উৰুৱাই নিৰপৰাধ শিশু কন্দুৱাই। ঘৰে ঘৰে মৰম নচুৱাই কিনো পালা তুমি কিনো দিলা কোৱা সঁচা হোৱাৰ পথ চিৰ নতুন সঁচা হোৱাৰ মন চিৰ তৰুণ মৰমৰে পথাৰ বৰ বিশাল, সজাগ হোৱাৰ পথ চিৰ নতুন সজোগ হোৱাৰ মন চিৰ তৰুণ চিন্তাৰ…

Read the full article

জুবিন গাৰ্গৰ গীত ভবা কথা নহয় সিদ্ধি | Bhoba Kotha Nohai Khitdhi Song

ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি খোজে খোজে খাবাগৈ উজুটি ধন জন মিছা মায়া সপোনৰে মাথোঁ ছায়া নাথাকিব একোকে শেষতে। টকা আৰু মান দিনে ৰাতি কাম ভুল শুদ্ধ নভবাকৈ খাব খোজে ধান বন্ধ চকু কাণ চিনি পোৱাই টান মৰিবলে হ’লে চাগে ল’ব হৰি নাম সাৱটিছা মিছা ছায়া ধোঁৱা আৰু ধূলিহে শেষতে। বিবেক আৰু…

Read the full article