Month: September 2022

জুবিন গাৰ্গৰ গীত শাক্তি দিয়া, মুক্তি দিয়া

শাক্তি দিয়া, মুক্তি দিয়া সোণৰ অসম ৰচিবলৈ সেউজ দিয়া, শস্য় দিয়া চিৰকাল ফুলিবলৈ গুলী বাৰুদ, ধোঁৱা উৰুৱাই নিৰপৰাধ শিশু কন্দুৱাই ঘৰে ঘৰে মৰম নচুৱাই কিনো পালা তুমি কিনো দিলা কোৱা সঁচা হোৱাৰ পথ চিৰ নতুন সঁচা হোৱাৰ মন চিৰ তৰুণ মৰমৰে পথাৰ বৰ বিশাল,ট সজাগ হোৱাৰ পথ চিৰ নতুন সজাগ হোৱাৰ মংন চিৰ তৰুণ চিন্তাৰ…

Read the full article

জুবিন গাৰ্গৰ গীত মুগ্ধ মোৰ

মুগ্ধ হিয়া মোৰ কোনে চুই যায় মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায় বুকুতে অগনি জ্বলাই তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ’ল মাথোঁ ছাই এটি এটি পলস আজি সুঁৱৰি হঁহা-কন্দা খেলা সুৰ ফাগুনী আঙুলি মাজেৰে পৰে সৰি সৰি সুখৰে মুকুতা হৈ যে ধুলি বুকুতে যে জুই বিয়াপাই তেজ মঙহৰে..। ৰিণি ৰিণি ৰিণি শুনো ৰিণি ৰিণি…

Read the full article