ছিকিমৰ প্ৰচলিত কেইটামান প্ৰধান ভাষাৰ নাম লিখা। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ ইংৰাজী, হিন্দী, নেপালী,ছিকিমীজ,লেপচা,তিব্বতীয় ইত্যাদি।
মিজোৰামৰ প্ৰচলিত কেইটামান মূখ্য ভাষাৰ নাম কোৱা। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ মিজো,ইংৰাজী আৰু হিন্দী।
মেঘালয়ৰ সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয়? Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ থমাছ জ’নছ।