ছিকিমৰ নেপালী সমাজে ————- লিপি ব্যৱহাৰ কৰে। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ দেৱনাৰী।
———— ক ”খাছী বৰ্ণমালাৰ জনক” বুলি কোৱা হয়। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ থমাছ জ’নছ।
মণিপুৰী ভাষা দিৱস প্ৰতি বছৰে ————— ত পালন কৰা হয়। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ ২০ আগষ্ট।
শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নাটকসমূহ জনপ্ৰিয়ভাৱে ———– হিচাপে জনা যায়। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ অংকীয় নাট।