অসমীয়া ভাষাটো পূৰ্বীয় প্ৰকাৰৰ ———- ৰ পৰা সৃষ্টি হয় বুলি কোৱা হয়। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ মগধীয় প্ৰাকৃত।
অৰুণাচল প্ৰদেশৰ উল্লেখ ———- আৰু ————— নামৰ দুখন মহাকাব্যত পোৱা যায়। Posted on 02/09/202202/09/2022 by Puspa Kakati উত্তৰঃ কালিকা পুৰাণ আৰু মহাভাৰত।
ত্ৰিপুৰাৰ কেৰ পূজা কোন মাহত উদযাপন কৰা হয়? Posted on 02/09/202202/09/2022 by Puspa Kakati (ক) মাৰ্চ (খ) এপ্ৰিল (গ) মে’ (ঘ) জুলাই উত্তৰঃ জুলাই।
ছিকিমচত পোহৰৰ উৎ সৱ হিচাপে তলৰ কোনটো উৎ সৱ উদযাপন কৰা হয়? Posted on 02/09/202202/09/2022 by Puspa Kakati (ক) ডচেইন (খ) লোচাৰ (গ) তিহাৰ (ঘ) চাইটে ডচেইন উত্তৰঃ তিহাৰ।