Month: September 2022

জুবিন গাৰ্গৰ গীত পাখি মেলি দিয়ে

পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈ ৰৈ তাৰ আহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো বসন্ত নিবিড় নয়ন বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি। পাখি… ৰ’দালি সাঁতুৰি যোৱা গানৰ ধোৱা গা মেঘ-ৰঞ্জনী চুমি যাব যেনিবা ভৈৰৱ পুৱা আৰু ভূপালি সন্ধ্য়া নিষাদৰে ধাৰ কিনো আনন্দ প্ৰমাণ সাক্ষী শুনাব খুজি। পাখি… দুচকুৰ হিম…

Read the full article

জুবিন গাৰ্গৰ গীত গুপুতে গুপুতে

গুপুতে গুপুতে অকলে এৰি থৈ ক’তেনো থাকাগৈ তুমি  হিয়াৰে কোণতে অশ্ৰু বাগৰে  এতিয়া নীৰৱ নৈ তুমি।  জ্বলি জ্বলি জীৱনত  পুৰি পুৰি সপোনক  এতিয়া এন্ধাৰকে ল’লা সাৱটি  চকু মেলা সাৰ পোৱা মোলে চোৱা  আকৌ এবাৰ কথা কোৱা মোৰ হোৱা। চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি  গধূলি গোলাপ মোৰ শুই থকা জননী  নতুন ফাগুণ মোৰ হেৰোৱা সপোন…

Read the full article

জুবিন গাৰ্গৰ গীত আন্ধাৰ হ’ব নোৱাৰো

আন্ধাৰ হ’ব নোৱাৰো মচি দিব নোখোজো  পাখি মেলা অতীতক কিদৰে পাহৰো আন্ধাৰ হ’ব নোৱাৰো…. পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে  হাতেৰে ঢুকিলো পোৱা জোনৰো ছবি আগছিলে জীৱনক কোনোবা দৰদী আকাশৰ নিলিমাতে সেই মন আজি যেন অসীমত লীন হোৱা তৃষা  কিদৰে পাহৰো মই আন্ধাৰ হ’ব নোৱাৰো….. সাগৰ নীলা দুচকুত কি ৰং আনে জীৱনে  নাজানো যদিও দুবাহু…

Read the full article