মণিপুৰত পালন কৰা বিখ্যাত ৰথ যাত্ৰা কোন উপাস্য দেৱতাৰ প্ৰতি সমৰ্পিত? Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ য়াওচাং।
মেঘালয়ত জাতি বৰ্ণ, লিঙ্গ নিৰ্বিশেষে বৰ উৎসাহেৰে এই উৎসৱটোৰ নাম কি? Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ খ্ৰীষ্টমাচ।
মণিপুৰত পালন কৰা বিখ্যাত ৰথ যাত্ৰা কোন উপাস্য দেৱতাৰ প্ৰতি সমৰ্পিত? Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ ভগৱান জগন্নথ।
অসমত বৈষ্ণৱ হিন্দুসকলে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জন্ম আৰু মূত্যু তিথি কিদৰে পালন কৰে? Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ নামঘৰত নাম, ভাওনা ইত্যাদি পৰিৱেশন কৰি।