অৰুণাচল প্ৰদেশত আয়োজন কৰা কোনখন মেলাক পূবৰ কুম্ভ মেলা হিচাপে গ্ৰাহ্য কৰা হয়? Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ পৰশুৰাম কুণ্ড মেলা।
অৰুণাচল প্ৰদেশৰ উৎসৱসমূহত এক উমৈহতীয়া বৈশিষ্ট্য আছে।তুমি ইয়াক চিনাক্ত কৰিবা পাৰিবানে? Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ পশু বলিদান প্ৰথা।
অসমত চকলং অনুষ্ঠানত (১০১/৯৯) টা বন্তি জ্বলোৱা হয়। Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ ১০১।