অৰুণাচল প্ৰদেশৰ মনপাকসকলে (লোচাৰ/ৰিহ/ৰেহ) উৎসৱ নৱবৰ্ষক স্বাগতম জনাবলৈ পালন কৰে। Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ ১০১।
——– ত্ৰিপুৰাৰ প্ৰত্যেক মহকুমাত প্ৰতি বছৰে দুৰ্গা পূজাৰ পিছত উদযাপন কৰা এক শাৰদীয় উৎসৱ। Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ শাৰদোৎসৱ।
ছিকিমৰ ——– উৎসৱ বৌদ্ধ কেলেম্ডাৰৰ চতুৰ্থ মাহত অৰ্থাৎ মে’ৰ শেষত বা জুনৰ আৰম্ভণিত পালন কৰা হয়। Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ চাগা ডাৱা।
———– উৎসৱ ছিকিমৰ লেপচা আৰু ভূটিয়াসকলৰ মাজত ভ্ৰাতৃত্বৰ সন্ধি স্বাক্ষৰ কৰাটো চিহৃিত কৰে। Posted on 01/09/202201/09/2022 by Puspa Kakati উত্তৰঃ নাক ন্যুওলাম।