Month: September 2022

জুবিন গাৰ্গৰ গীত যেনি যাবা সোণ

যেনি যাবা সোণ যেনি যাবা সোণ পাবা জোন মোৰ নামত মই নহ’লে তোমাৰ নুবুজিবা জীৱনৰে সাথৰ সঁচা কথাটি কৈ থ’লো মই লাগিলেও লাগিব জগৰ মই নহ’লে নহ’ব তোমাৰ নুবুজিবা জীৱনৰে সাথৰ সঁচা কথাটি কৈ থ’লো মই লাগিলেও লাগিব জগৰ যেনি যাবা…… আমি তোমাৰ কাষৰতে থাকি সেন্দুৰীয়া সজামে মই তোমাৰেই জীৱনত আঁতৰি আঁতৰি মোকে এৰি কেনিও…

Read the full article

জুবিন গাৰ্গৰ গীত কেউফালে গুজৰি

কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলে গাঁওখন সুখৰে ঘৰখন পকলকতে উটি গ’ল গোহালিৰে গৰুহাল পলকটি এটিয়ে মোক কৰিলে কঙাল কেউফালে….. নামছাং নামছাং নামছং নৈ কিয়নো আনিলি মৰণৰে বান নামছাং নামছাং নামছাং নৈ কিয়নো আনিলি মৰণৰে বোন খেতি দৰা ওভতাই দে ভৰালৰো ধান ইয়াৰে সমীধান কেউফালে….. বান্ধ ভাঙি খেদি আহে  ভদিয়া ধল জিৰাবৰো নাইযে অকণি…

Read the full article