Month: September 2022

জুবিন গাৰ্গৰ গীত য়া আলী

য়া আলী ৰেহেমৱালী য়া আলী য়াৰ পে কুৰবা হ্য়ে,চভি য়া আলি মগৰৱালী য়া আলী, য়ে মেৰি ঝা য়ে জিন্দেগী ইস্ক পে হা, মিটা আদু, লুটা আদু, মে য়ে আপনি খুদি, য়াৰ পে হা লুটাআদু, মিটা আদু, মে য়ে হাচিত য়া আলী পেহেমৱালী য়া আলী য়াৰ পে কুৰবা হ্য়ে চঙি য়া আলি মগৰৱালী য়া আলী, য়া…

Read the full article

জুবিন গাৰ্গৰ গীত ইস্ক নামাজি

ইস্ক নামাজি ইস্ক হে কাবা  কৰলে ইস্ক কা ছাজদা  ইস্ক কা ৰুকুৱা চবছে উচ্চা ৰবদি ইছ মে বাচতা  ইস্ক কা ৰুকুৱা চবছে উচ্চা ৰবদি ইছ মে বাচতা ইস্ক ঝুলুম ভি হে ইস্ক মাঝা ভি হে ইস্ক চিতম ভি হে ইস্ক চাজা ভি হে (দুবাৰ)  য়ে দুৱা কিচক ৱহি জানে …  ইস্ক নামাজি ইস্ক হে কাবা…

Read the full article

জুবিন গাৰ্গৰ গীত আগলি বাঁহৰে গগনা বজাওঁ

আগলি বাঁহৰে গগণা বজাওঁ মাতে লাহৰি লাহৰি কৈ ।  দেখিবৰে পৰা তােমাকে চাওঁ  চকু নাযায় আন কালৈ ।  লগৰী বােলােনে কোৱানা ।  ঘুমতিৰ বেলাতে  চিকুণি সপােনে  তােমাক আনি বুকুতে থয় ।  আগলি বাঁহৰে গগণা বজাওঁ  মাতে লাহৰি লাহৰি কৈ ।  আগলি বাঁহৰে গগণা বজাওঁ  মাতে লাহৰি লাহৰি কৈ ।  দেখিবৰে পৰা তােমাকে চাওঁ  চকু নাযায়…

Read the full article

জুবিন গাৰ্গৰ গীত হুৰ-হুৰ-হুৰাই দে

হুৰ-হুৰ-হুৰাই দে আপোন পথাৰখন নোকলাই দে। হুৰ-হুৰ-হুৰাই দে আপোন পথাৰখন মোকলাই দে। নমতা আলহীৰে টোতাল ভৰিছে অনেক কথাৰে তোৰ খোপনি পুতিছে থলুৱাৰ পৰিচয় নৰ’বগৈ থলুৱা বুলি তোৰ চিনাকি দে। হুৰ-হুৰ-হুৰাই- দে আপোন পথাৰখন মোকলাই দে। কোনবা কোঁচ, কোনজন ভৈয়াম কোন আদিবাসী নে পাহাৰীয়া২ ধৰি ল’ জোৰকৈ একেডাল জৰী খিলঞ্জীয়া অসমীয়া ৰজাঘৰীয়াকো জনাদেশ লাগে ৰাজপাট বিচাৰি…

Read the full article