ছিকিমৰ প্ৰচলিত কেইটামান প্ৰধান ভাষাৰ নাম লিখা।

উত্তৰঃ ইংৰাজী, হিন্দী, নেপালী,ছিকিমীজ,লেপচা,তিব্বতীয় ইত্যাদি।