জুবিন গাৰ্গৰ গীত সেউজীয়া মন

সেউজীয়া মন সেউজীয়া প্ৰাণ

সেউজীয়া যৌৱন সেউজীয়া গান

সেউজীয়া দিন মোৰ সেউজীয়া নিশা

প্ৰতিটো প্ৰহৰ আজি ফুলষ

তোমাৰ প্ৰেৰণা আজি প্ৰভাতে প্ৰভাতে

তোমাৰ প্ৰেৰণা আজি তেজে তেজে

এন্ধাৰো লুকাই বুকুত তোমাৰ

বিয়পাই যি পোহৰ সোণালী

তোমাৰ তুলনা দিব আকাশে-বতাহে

তোমাৰ তুলনা দিব ফুলে-পাতে

আছে জুৰি তোমাৰ মনৰ প্ৰীতি।