উত্তৰ ঃ আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি (I.P.L.)ৰ মূল ভেটি বৃটিছ ধ্বনিতত্ত্বব হেনৰী ছুইত অথবা ব্ৰডম্ভ’মিক লিপি ।
Month: October 2022
নিয়তধ্বনিক আন কি নামেৰে জনা যায় ?
উত্তৰ ঃ নিয়ত ধ্বনিক স্ফোটধ্বনি নামেৰে জনা যায় ।
বৰ্ণ মানে কি ?
উত্তৰ ঃ বৰ্ণ এক অৰ্থত ধ্বনিহে বুলি ক’ব পাৰি ।
ধ্বনি কি ?
উত্তৰ ঃ ধ্বনি হৈছে ভাষাৰ ব্যৱহৃত ক্ষুদ্ৰত্ম ৰূপ ।