অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰা দুগৰাকী ব্যক্তিৰ নাম লিখা ।

উত্তৰ = অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰা দুগৰাকী ব্যক্তি হৈছে হেমচন্দ্ৰ বৰুৱা আৰু দেবানন্দ ভৰালী ।